Botanix - গছ-গছনিৰ বিষয়ে এটা জাননী কাকত

Botanix অসমীয়া

সকলো ৰচনাৰ সংৰক্ষনাগাৰ

এই Botanix ত আপুনি সকলো লাগতিয়াল ৰচনা বিলাক পাব যাক লিখা হৈছে অসমীয়া ভাষাত।

Category: সকলো গছ-গছনি গজাৰ বিষয়ে নির্দেশ তাল গছ দৌলাকৃতি পানী আৰু জলজ গছ বিদেশী গছ-গছনি

Author:

বিভাগ: পানী আৰু জলজ গছ

পানী আৰু জলজ গছ গজাবৰ বাবে বিভ

ভাৰতীয় পদুম (Nelumbo nucifera)

ছবি

ভাৰতীয় পদুম ফুল

ভাৰতীয় পদুম ফুল (Nelumbo nucifera) হ’ল এটা ধুনীয়া জলজ উদ্ভিদ যাৰ পাতল সেউজীয়া ৰংৰ বহল পাত থাকে যি বোৰ পানীৰ ওপৰত ভাঁহী থাকে। গোলপীয়া ৰংৰ ফুল বিলাক ডাঠ কান্ডৰ সৈতে কেইবা চেন্টিমিটাৰ মান পানীৰ ওপৰত ওলাই থাকে। ভাৰতীয় পদুম ফুলক অতি পবিত্র ফুল বুলি ধৰা হয় আৰু বুদ্ধ ধর্মাৱলম্বী মানুহে ইয়াক ধর্মীয় কামত ব্যৱহাৰ কৰে। গোটেই পৃথিবীটো মানুহৰ সুবিধাৰ বাবেই ঈশ্বৰে বনাইছে, তাৰ ভিতৰত বিশেষকৈ বীজ আৰু শিপা (ৰাইজ’ম)সাধাৰনতে ধর্মীয় ৰীতি-নীতিৰ ক্ষেত্রত প্রয়োজন হোৱা ৰন্ধা-বঢ়াৰ কামত ব্যবহাৰ কৰা হয় গোটেই দক্ষিন-পূর্ব এচিয়াত। ভাৰতীয় পদুম জলাভূমি উদ্ভিদ যিটো ঠিক একে ভাবে গজে যি ভাবে সুগন্ধী যুক্ত পদুম গজে পানীত। আমাৰ আৱহাওয়াত এই বিধ গছ গজাবলৈ টান, আপুনি মাথোন জানি থওক কি দৰে!

বুধবাৰ 3.3.2010 17:00 | ছপা | পানী আৰু জলজ গছ

KPR ৰ বিষয়ে

KPR - গা‌‌‌র্ডেনীয়ার্চ ক্লাব শ্লোভাকীয়া
KPR - গার্ডেনীয়ার্চ ক্লাব হ’ল বাগিচা বিলাকৰ এটা আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান। অধিক জানক
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।