Botanix - গছ-গছনিৰ বিষয়ে এটা জাননী কাকত

Botanix অসমীয়া

বীজৰ পৰা আম উৎপন্ন

আপুনাক অতিকৈ উত্তম ফলন পাবলৈ হলে নতুন আৰু স‌ব‌ল বীজ সিঁচিব লাগিব। বীজ বিলাক‌ক‌ পানীত ভাল‌কৈ তিয়াঁই লৈ প্রায় ২০-২৫°C তাপমাত্রাত অন্ততঃ ২-৬ ঘন্টা মান ৰাখিব লাগে।

তিয়াঁই লোৱাৰ পিছত, মাটিত বীজ বিলাকক সিচিঁ দিয়া (পোহৰ, বালি মাটি) আৰু বীজ ৰখা পাত্রটোৰ তাপ মাত্রা ২০-২৫°C ৰ ভিতৰত হব লাগে। বীজৰ পৰা গেঁজ ওলাব প্রায় ১-৩ সপ্তাহৰ ভিতৰত। পুলি বিলাকক প্রয়োজনীয় সুর্যৰ পোহৰত ৰাখিব লাগে।

যদি আপুনি গ্রীষ্মপ্রধান অঞ্চলত থাকে, তেন্তে আপুনি এই আম গছ বিলাক আপোনাৰ বাগিচাত লগাব পাৰে । যদিহে আপুনি এনেকুৱা এটা অঞ্চলত থাকে য’ত উঞ্চতা বৰকৈ কম, ফলত বৰফ পৰে তেন্তে এই বিধ আম গছক ভিতৰুৱা কোনো ঠাই বা গ্রীন হাউচত ৰাখিব লাগে।

««« আগৰ লেখনি: বৰফ সহ্য কৰিব পৰা তাল গছ ৰাপীড’ফিলাম হিষ্ট্রীক্স (Rhapidophyllum hystrix) ওচৰস্থ লেখনি: ব্রেডফ্রুট আর্টোকার্পাচ ওডোৰেটিচিমাচ, মাৰাঙ্গ »»»

দেওবাৰ 7.3.2010 21:04 | ছপা | বিদেশী গছ-গছনি, গছ-গছনি গজাৰ বিষয়ে নির্দেশ

KPR ৰ বিষয়ে

KPR - গা‌‌‌র্ডেনীয়ার্চ ক্লাব শ্লোভাকীয়া
KPR - গার্ডেনীয়ার্চ ক্লাব হ’ল বাগিচা বিলাকৰ এটা আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান। অধিক জানক
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।